অসম

assam

মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ

By

Published : Aug 12, 2019, 10:23 AM IST

গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিছে শ-শ দৰ্শনাৰ্থীৰ ৷ শাওণ মাহৰ আজি অন্তিম দিনৰ বাবে মন্দিৰে-মন্দিৰে ভিৰ বাঢ়িছে ভক্তৰ ৷

মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ

বটদ্ৰৱা,12আগষ্ট : পবিত্ৰ শাওণ মাহৰ আজি অন্তিমটো সোমবাৰ ৷ শাওন মাহ উপলক্ষে ৰাজ্যত এতিয়া চলিছে দৱৰোদেৱ মহাদেৱৰ পূজা অৰ্চনা ৷ মন্দিৰে-মন্দিৰে ভীৰ কৰিছেহি অগণন ভক্তই ৷ দেওবাৰে নিশা গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল শ-শ দৰ্শনাৰ্থী ৷ বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ টিৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাথীসকলে আকাশী গংগাৰ জলধাৰাৰ পৰা তুলিছে পানী ৷ জীয়ৰী ,বোৱাৰী, ডেকা গাভৰু সকলোৱে কৰিছে কৰে পূজা-অৰ্চনা ৷

মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ

ABOUT THE AUTHOR

...view details