অসম

assam

ETV Bharat / state

চলন্ত ট্ৰাকে মহতিয়াই নিলে ছাত্ৰক

চলন্ত ট্ৰাকে মহতিয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক । থিতাতে নিহত ছফিৰুদ্দিন আহমেদ নামৰ ছাত্ৰজন । ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ আহি থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

By

Published : Jun 15, 2019, 4:40 PM IST

JAGIROAD

জাগীৰোড,15 জুন:জাগীৰোডৰ ঘূনুচাহাবিত চলন্ত ট্ৰাকে মহতীয়াই নিলে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক । থিতাতে নিহত ছফিৰুদ্দিন আহমেদ নামৰ ছাত্ৰজন । ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ আহি থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ছফিৰুদ্দিন । AS 01 LC0551ৰ ট্ৰাকখনে সংঘটিত কৰে এই দুৰ্ঘটনাটো ।

চলন্ত ট্ৰাকে মহতীয়াই নিলে ছাত্ৰক

ABOUT THE AUTHOR

...view details