অসম

assam

ETV Bharat / state

ফেচবুকত সাম্প্ৰদায়িক পোষ্টঃ ৰঙাঘৰত মৰিগাঁৱৰ বিজেপি কৰ্মী

ধৰ্ষণ সন্দৰ্ভত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্ব দিয়াৰ দাবী জনাইছিল নীতু বৰাই ৷ সাম্প্ৰদায়িক-অশালীন পোষ্ট কৰাৰ বাবে বিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হ'ল বিজেপি কৰ্মী

By

Published : Jun 13, 2019, 10:03 PM IST

মৰিগাঁও, 13 জুনঃ ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰত সোমাল বিজেপি কৰ্মী । চাৰিটাকৈ অশ্লীল তথা সাম্প্ৰদায়িক পোষ্টৰ বাবেই আৰক্ষীৰ জালত পৰিল মৰিগাঁৱৰ নীতু বৰা নামৰ বিজেপি কৰ্মীগৰাকী ৷ ধৰ্ষণ সন্দৰ্ভত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্ব দিয়াৰ দাবী জনাইছিল নীতু বৰাই ৷ সাম্প্ৰদায়িক-অশালীন পোষ্ট কৰাৰ বাবে বিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হ'ল বিজেপি কৰ্মী

ইপিনে এক সূত্ৰৰ তথ্যমতে এগৰাকী আৰ এছ এছ কৰ্মীৰ অভিযোগৰ ভিত্তিত বিজেপি কৰ্মী নীতু বৰাক গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশ্যে এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে আৰক্ষী ৷

ABOUT THE AUTHOR

...view details