মৰিগাঁও, 5 মে': জীৱনৰ আটাইতকৈ মূল্যৱান সময় কয়দীৰূপে কটাই মুক্ত হোৱা কাৰাবন্দীসকলৰ বিশেষ আলোচনা চক্ৰ এখন মৰিগাঁৱত অনুষ্ঠিত হয় । মৰিগাঁৱৰ বিশিষ্ট সমাজসেৱী নিতুল বৰদলৈৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে মুক্ত কাৰাবন্দীসকলৰ সামাজিক সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰে ।
মৰিগাঁৱত কাৰাবন্দীৰ আলোচনাচক্ৰ
মৰিগাঁৱৰ বিশিষ্ট সমাজসেৱী নিতুল বৰদলৈৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত কেইবাজনো বিশিষ্ট অতিথিয়ে মুক্ত কাৰাবন্দীসকলৰ সামাজিক সমস্যাৰ সন্দৰ্ভত আলোকপাত কৰে । মুখ্য অতিথি হিচাপে উপস্থিত থকা অধিবক্তা মৃণাল কুমাৰ ডেকাই কয়, "মুক্ত কাৰাবন্দী সকলক মূলসুঁতিলৈ আদৰি লোৱাটো সামাজিক দায়িত্ববোধ ।"
মুক্ত কাৰাবন্দীৰ বিশেষ আলোচনা চক্ৰ
মুখ্য অতিথি হিচাপে উপস্থিত থকা অধিবক্তা মৃণাল কুমাৰ ডেকাই কয়, "মুক্ত কাৰাবন্দী সকলক মূলসুঁতিলৈ আদৰি লোৱাটো সামাজিক দায়িত্ববোধ ।" এই সভাতে মুক্ত কাৰাবন্দীসকলৰ এখন সমিতি গঠন কৰা হয় ৷