অসম

assam

মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

By

Published : Aug 16, 2019, 11:44 PM IST

সমৰ আলী নামৰ লোকজনক বিদেশী ঘোষণা ৷ বিগত দুবছৰ ধৰি মৰিগাঁৱত চলি আছিল গোচৰ

মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

মৰিগাঁও, 16 আগষ্ট : মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ । মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি তেজপুৰৰ ডিটেনেচন কেম্পলৈ প্ৰেৰণৰ দিহা কৰিছে বাংলাদেশী লোকজনক ৷ সমৰ আলী নামৰ লোকজনক শুক্ৰবাৰে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধীকৰণে বাংলাদেশী বুলি ৰায় প্ৰদান কৰে । বিগত দুবছৰ ধৰি মৰিগাঁৱত চলি থকা গোচৰৰ বিপৰীতে বাংলাদেশীটোৱে নথি পত্ৰ যোগান ধৰিব নোৱাৰাত ডিটেনেচন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷

মৰিগাঁৱত অবৈধ বাংলাদেশীক ডিটেনেচন কেম্পলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details