অসম

assam

ETV Bharat / state

নাগাঁও লোকসভা সমষ্টিৰ পৰা কিমান আশাবাদী ৰূপক শৰ্মা

ই টিভি ভাৰতৰ স'তে ৰূপক শৰ্মাৰ সাক্ষাৎকাৰ...

By

Published : Apr 8, 2019, 9:52 PM IST

"পঞ্চম বাৰলৈ কেবা লাখ ভোটত আমাৰ জয়ী নিশ্চিত"- ৰূপক শৰ্মা


মৰিগাঁও, 8 এপ্ৰিলঃ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে ১০ নং নগাঁও লোক সভাৰ সমষ্টিৰ মৰিগাঁৱতো চলিছে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ । প্ৰতিজন প্ৰাৰ্থীৰ সমান্তৰালকৈ শাসকীয় গেৰুৱা বাহিনীৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । এই সন্দৰ্ভত চাওঁক ই টিভি ভাৰতৰ এক প্ৰতিবেদন....

"পঞ্চম বাৰলৈ কেবা লাখ ভোটত আমাৰ জয়ী নিশ্চিত"- ৰূপক শৰ্মা

ABOUT THE AUTHOR

...view details