অসম

assam

ETV Bharat / state

ৰোগীৰ মৃত্যক লৈ উত্তপ্ত লখিমপুৰৰ ৰয়েল ট্ৰিট হাস্পতাল

ৰোগীৰ অৱস্থা সংকতজনক হৈ পৰাত চিকিৎসক-নাৰ্চৰ পলায়ন বুলি অভিযোগ পৰিয়ালৰ

ৰোগীৰ মৃত্যক লৈ উত্তপ্ত লখিমপুৰৰ ৰয়েল ট্ৰিট হাস্পতাল

By

Published : Mar 14, 2019, 8:58 PM IST

গুৱাহাটী,14 মাৰ্চ : ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ ৰয়েল ট্ৰিট হাস্পতাল । চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ফকৰুদ্দিন আহমেদ নামৰ লোকজনৰ মৃত্যু হ'ল বুলি অভিযোগ মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ ।

ৰোগীৰ মৃত্যক লৈ উত্তপ্ত লখিমপুৰৰ ৰয়েল ট্ৰিট হাস্পতাল

বুকুৰ বিষ অনুভৱ কৰা ৰোগীজনক এটা বেজি দিয়াৰ পাচতে অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসক-নাৰ্চ সকলো পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ কেৱল এয়াই নহয় , ৰোগীক দিয়া সকলো ঔষধ লুকুৱাই থোৱাৰো অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

...view details