বিহপুৰীয়া,25জানুৱাৰী : আজিৰে পৰা নাৰায়ণপুৰত আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আৰম্ভ হৈছে এই কাৰ্যসূচী । পুৱাৰে পৰা আৰম্ভ হোৱা এই ভেকচিন প্ৰদান কাৰ্যসূচীত প্ৰথম পৰ্যায়ত ১১০ গৰাকী চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত কৰ্মীক প্ৰদান কৰা হয় ভেকচিন ৷
নাৰায়ণপুৰত আৰম্ভ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী
নাৰায়ণপুৰত আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীত প্ৰথম পৰ্যায়ত ১১০ গৰাকী চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত কৰ্মীক প্ৰদান কৰা হয় ভেকচিন ৷
নাৰায়ণপুৰত আৰম্ভ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী
উল্লেখ্য যে, সমগ্ৰ লখিমপুৰ জিলাতে দেওবাৰৰ দিনটোলৈ ১,০০৫ গৰাকী চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ।