কোকৰাঝাৰ, 13 মে':বুধবাৰে অসমত প্ৰবেশ কৰিব দিল্লীৰ পৰা আহি থকা বিশেষ ৰে'ল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিচত বহিঃৰাজ্যত আবদ্ধ লোকসকলক লৈ সোমাবাৰে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লখনে আজি প্ৰবেশ কৰিব অসমত । ৰাজ্যখনৰ তিনিটা ৰে'ল ষ্টেচন ক্ৰমে কোকৰাঝাৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰখিব ৰে'লখন ।
দিল্লীৰ পৰা আহি থকা বিশেষ ৰে'লক লৈ তৎপৰতা কোকৰাঝাৰত
বুধবাৰে ৰাজ্যখনৰ তিনিটা ৰে'ল ষ্টেচন ক্ৰমে কোকৰাঝাৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰখিব, অসম অভিমুখে দিল্লীৰ পৰা আহি থকা ৰে'ল ।
special train from delhi will enter in assam on wednesday
নামনি অসমৰ বাবে বিশেষকৈ কোকৰাঝাৰ ষ্টেচনক ষ্টপেজ হিচাপে ৰখা হৈছে । সম্প্ৰতি তৎপৰ হৈ পৰিছে কোকৰাঝাৰ ৰে'ল বিভাগৰ লগতে স্বাস্থ্য বিভাগ । ৮ গৰাকী যাত্ৰী কোকৰাঝাৰ অভিমুখে আহি থকা বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।
লগতে পঢ়কঃ602 'শ্ৰমিক বিশেষ' ট্ৰেইনেৰে 7 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক উদ্ধাৰ