অসম

assam

ETV Bharat / state

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি

কোকৰাঝাৰ ৰূপ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত সংযোজন হ'ল অত্যাধুনিক ICU চেণ্টাৰ ৷ দীৰ্ঘদিনীয়া দাবী আছিল ৰাইজৰ ৷ ICU চেন্টাৰ নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ৰাইজৰ ৷

By

Published : Oct 16, 2020, 5:11 PM IST

Kokrajhar Roop Nath Brahma Hospital Open ICU Centre
কোকৰাঝাৰ ৰূপ নাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি

কোকৰাঝাৰ, 16 অক্টোবৰ :কোকৰাঝাৰবাসীৰ বাবে সুখবৰ ৷ কোকৰাঝাৰ সদৰত থকা এক মাত্ৰ চিকিৎসালয় ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত সংযোজন হল অত্যাধুনিক ICU চেণ্টাৰ ৷ শুকুৰবাৰে 8 খনকৈ বিচনা থকা ICU চেণ্টাৰ কক্ষতো মুকলি কৰে ৰূপ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ৷

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি

উল্লেখ্য যে,বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰত ICU চেণ্টাৰ থকা চিকিৎসালয় নথকাৰ বাবে বহু সমস্যাত ভুগিব লগা হৈছিল কোকৰাঝাৰবাসীয়ে ৷ আনকি, মহামাৰী কৰ'ণাৰ সন্ত্ৰাসতো ICU নথকাৰ বাবে বহু ৰোগীয়ে সমস্যাত ভুগিব লগা হৈছিল ৷

লগতে পঢ়ক :অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ABOUT THE AUTHOR

...view details