অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ইউ পি পি এলৰ বাইক ৰেলী

আগন্তুক ৭ আৰু ১০ ডিচেম্বৰত হ‘বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে বড়োভূমিত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ সকলো ৰাজনৈতিক দলে নিজা নিজা ৰণ কৌশল অনুসৰি অব্যাহত ৰাখিছে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা ৷

kokrajhar-bike-rally
কোকৰাঝাৰত ইউ পি পি এলৰ বাইক ৰেলী

By

Published : Nov 28, 2020, 5:53 PM IST

কোকৰাঝাৰ, 28 নৱেম্বৰ : আগন্তুক ৭ আৰু ১০ ডিচেম্বৰত হ‘বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে বড়োভূমিত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ সকলো ৰাজনৈতিক দলে নিজা নিজা ৰণ কৌশল অনুসৰি অব্যাহত ৰাখিছে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা ৷

কোকৰাঝাৰত ইউ পি পি এলৰ বাইক ৰেলী

শনিবাৰে কোকৰাঝাৰ জিলাৰ চালাকাটিত ইউ পি পি এল দলৰ উদ্যোগত এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷ কোকৰাঝাৰৰ চালাকাটি পৰিষদীয় সমষ্টিৰ পৰা পুৱা আৰম্ভ হোৱা উক্ত বাইক ৰেলী কালিফুকৰি, চিমবোৰগাঁও, ছেৰফাংগুৰি, নাইগাঁও, চালাকাটি, বাওঁশুংৰী, দেৱৰগাঁও আৰু বনৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷


উক্ত ৰেলীত অংশগ্ৰহণ কৰি ইউ পি এলৰ সভাপতি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰ দুৰ্নীতি আৰু অপশাসনৰ বাবে বিটিআৰ বাসীয়ে পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰ ইউ পি পি এল দলে পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে ৷


লগতে পঢ়ক: আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ঢুলীয়াৰ সৈতে এইবাৰৰ 'সঁফুৰা'

ABOUT THE AUTHOR

...view details