অসম

assam

By

Published : Mar 20, 2020, 8:42 PM IST

Updated : Mar 20, 2020, 9:12 PM IST

ETV Bharat / state

বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীকে পূৰ্ণ সমৰ্থন গাৰো উন্নয়ন পৰিষদৰ

গাৰো জাতিৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীকে পূৰ্ণ সমৰ্থন জনোৱাৰ কথা সদৰী কৰে গাৰো উন্নয়ন পৰিষদে ৷ শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত গাৰো উন্নয়ন পৰিষদৰ সভাপতি কলম মাৰাকে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷

Garo Unnayan Parisad will support Hagrama Mahilari in 2020 BTC election
বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীকে পূৰ্ণ সমৰ্থন গাড়ো উন্নয়ন পৰিষদৰ

কোকৰাঝাৰ,20 মাৰ্চঃ সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ গাৰো জাতিৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা সদৰী কৰে গাৰো উন্নয়ন পৰিষদে ৷ শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত গাৰো উন্নয়ন পৰিষদৰ সভাপতি কলম মাৰাকে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী সাহান এ চাংমাই অবড়ো সুৰক্ষা সমতিৰ সমৰ্থনলৈ বড়ো অবড়োৰ মাজত বিভেদৰ ৰাজনীতি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে গাৰো উন্নয়ন পৰিষদৰ সভাপতি গৰাকীয়ে ৷

বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীকে পূৰ্ণ সমৰ্থন গাৰো উন্নয়ন পৰিষদৰ
Last Updated : Mar 20, 2020, 9:12 PM IST

ABOUT THE AUTHOR

...view details