অসম

assam

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে

By

Published : Apr 4, 2019, 12:09 PM IST

নিৰ্বাচনী জনসভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটাৰৰ মন জয় কৰাত ব্যস্ত প্ৰাৰ্থীসকল ৷ ব্যতিক্ৰমী নহয় কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসো

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে

কৰিমগঞ্জ,04 এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ কাষ চাপিছে বিভিন্ন দলৰ প্ৰাৰ্থীসকল৷ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰেবিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসো ৷

শ্ৰমিকৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে

বাগিছাৰ ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰেকংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসে কৰিমগঞ্জৰ ছলগই বাগিছাৰ শ্ৰমিকৰ ঘৰে ঘৰে গৈ ভোট বিচাৰে৷ এয়াই নহয় আনকি শ্ৰমিকসকলৰ ভৰি চুই আশীৰ্বাদ বিচাৰিলে প্ৰাৰ্থী স্বৰূপ দাসে।

ABOUT THE AUTHOR

...view details