অসম

assam

ETV Bharat / state

বিহু নৃত্যৰে বিশ্ব অভিলেখৰ প্ৰয়াস - সাতসৰী

সম্পূৰ্ণ পৰম্পৰাগতভাৱে প্ৰদৰ্শন কৰা হ'ব বিহু নৃত্য। সাতসৰী নামৰ সংস্থাটোৰ এই পদক্ষেপ।

SATSAREE PRESSMEET

By

Published : Mar 6, 2019, 1:36 PM IST


গুৱাহাটী , ৬মাৰ্চ : বেচৰকাৰী সংস্থা সাতসৰীৰ উদ্যোগত ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে ৩১মাৰ্চত মহানগৰীত সাতসৰীৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নৃত্যৰ কাৰ্যসূচীৰ । অনুষ্ঠানটোত ৭০০গৰাকী বিহুৱতী আৰু ১০০জন ঢুলীয়াই একেলেগে বিহু নৃত্য প্ৰদৰ্শন কৰা হ'ব ।

SATSAREE PRESSMEET
মেণ্ডোলিন বজাই বিশ্ব অভিলেখ গঢ়া কুন্তল ৰাজ চক্ৰৱৰ্তীৰ তত্বাৱধানত অনুষ্ঠিত হ'ব বিহু নৃত্যৰ অনুষ্ঠানটো। গুৱাহাটী প্ৰেছ ক্লবত অনুষ্ঠিত হোৱা সংবাদ মেলখনত সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ তৰফৰ পৰা এই বিষয়ে প্ৰকাশ কৰে সাতসৰীৰ সভানেত্ৰী মন্দিৰা বৰুৱা আৰু সম্পাদিকা মঞ্জুলা ভট্টাচাৰ্যই ।

ABOUT THE AUTHOR

...view details