অসম

assam

ETV Bharat / state

পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস

মহানগৰীত বৃহস্পতিবাৰে পেট্ৰ'লৰ মূল্য ৫ পইচাকৈ আৰু ডিজেলত ১০ পইচাকৈ হ্ৰাস পায়

By

Published : Mar 28, 2019, 2:47 PM IST

পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস

গুৱাহাটী,২৮ মাৰ্চ: বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল ডিজেলৰ মূল্য । মহানগৰীত বৃহস্পতিবাৰে পেট্ৰ'লৰ মূল্য ৫ পইচাকৈ আৰু ডিজেলত ১০ পইচাকৈ হ্ৰাস পায় । আজি গুৱাহাটী পেট্ৰ'লৰ মূল্য ৭২.৩৯আৰু ডিজেলৰ মূল্য ৬৬.৮৮ টকা হয় ।

মহানগৰীত বৃহস্পতিবাৰে পেট্ৰলৰ মূল্য ৫ পইচাকৈ আৰু ডিজেলত ১০ পইচাকৈ হ্ৰাস পায়

ABOUT THE AUTHOR

...view details