গুৱাহাটী, 20 এপ্ৰিল: শনিবাৰে গুৱাহাটী মহানগৰীত ডিজেলৰ দাম বৃদ্ধি পোৱাৰ বিপৰীতে পেট্ৰলৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই । মহানগৰীত আজিৰ দিনটোত পেট্ৰ'লৰ দাম পূৰ্বৰ দৰে অপৰিৱৰ্তিত থাকিব ৷
ইন্ধনৰ দাম বাঢ়িল নে কমিল?
মহানগৰীত আজিৰ দিনটোত পেট্ৰ'লৰ দাম পূৰ্বৰ দৰে অপৰিৱৰ্তিত থাকিব ৷ শনিবাৰে ডিজেলত ০৯ পইচাকৈ বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰীত পেট্ৰল ৭২.৫৩ (72.53) টকা আৰু ডিজেলৰ মূল্য ৬৬.৮৩ (66.83) টকা ।
শনিবাৰে পেট্ৰলৰ মূল্য অপৰিবৰ্তিত, ডিজেলৰ মুল্য বৃদ্ধি
শনিবাৰে ডিজেলত ০৯ পইচাকৈ বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰীত পেট্ৰল ৭২.৫৩ (72.53) টকা আৰু ডিজেলৰ মূল্য ৬৬.৮৩ (66.83) টকা ।