অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনকলৈ আমিনগাঁৱবাসীৰ মতামত

সকলো স্তৰতে চলিছে নিৰ্বাচন কেন্দ্ৰীক সৰৱ আলোচনা

By

Published : Mar 28, 2019, 1:33 PM IST

লোকসভা নিৰ্বাচনকলৈ আমিনগাঁৱবাসীৰ মতামত

কামৰূপ, 28 মাৰ্চঃ দেশৰ লগতে ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ৰাজনৈতিক দল নেতা সমৰ্থকৰ পৰা আৰম্ভ কৰিসাধাৰণলোকলৈ ।সকলো স্তৰতে চলিছে নিৰ্বাচন কেন্দ্ৰীক আলোচনা ।

লোকসভা নিৰ্বাচনকলৈ আমিনগাঁৱবাসীৰ মতামত

২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই কাক ভোট প্ৰদান কৰিব ? কি ভাৱে সাধাৰণ জনতাই! আগন্তুক নিৰ্বাচন সন্দৰ্ভত আমিনগাঁৱৰ পৰা ই টিভি ভাৰতৰ সাংবাদিক সোনটি দাসৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details