অসম

assam

ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰম্ভ বেনাৰ প'ষ্টাৰ ফলা অভিযান

নিৰ্বাচন শেষ নোহোৱা লৈকে অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে

By

Published : Mar 13, 2019, 1:40 AM IST

ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰম্ভ বেনাৰ প'ষ্টাৰ ফলা অভিযান

গুৱাহাটী,12মাৰ্চঃ 10 মাৰ্চত দেশত লোকসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষনা হোৱাৰ লগে লগে সস্তম হৈ পৰিছে প্ৰশাসন । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া প্ৰনৱ গোস্বামীৰ নেতৃত্বত আৰম্ভ কৰিলে বেনাৰ প'ষ্ঠাৰ ফলা অভিযান । জালুকবাৰী সমষ্টিত অধীনস্থ শৰাইঘাট দলংৰ পৰা উত্তৰ গুৱাহাটী , চাংচাৰী ৰাজপথ বিভিন্ন ৰাজনৈতিক দল নেতা চৰকাৰী বেচৰকাৰী বেনাৰ প'ষ্টাৰ সমূহ ফালি পেলায়।

ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আৰম্ভ বেনাৰ প'ষ্টাৰ ফলা অভিযান

মহানগৰ জিলা প্ৰশাসনে এই অভিযান 23 মাৰ্চ লৈ চলিব বুলি জানিবলা দিয়ে। আগন্তুক লোকসভা নিৰ্বাচনত যাতে কোনো ৰাজনৈতিক দলে যাতে নিৰ্বাচনী আইন উলংঘা কৰিব নোৱাৰে তাৰবাবে নিৰ্বাচন শেষ নোহোৱা লৈকে এই অভিযান চলি থাকিব বুলি জানিবলৈদিয়ে ।

ABOUT THE AUTHOR

...view details