কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰা আঁচনিৰ ধন খৰছ কৰাত ব্যৰ্থ সমাজ কল্যাণ বিভাগ
কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰাজ্যত কেতবোৰ আঁচনিৰ ব্যৱস্থা কৰিছে যদিও এইবোৰে মানুহক চুব পৰা নাই। ৰাজ্যৰ সমাজ কল্যাণৰ কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ চনৰ বাবে নিদিষ্ট ধন মুকলি কৰি দিছে যদিও ৰাজ্য চৰকাৰে ধন ব্যয় কৰিব পৰা নাই (Assam government being unable to spend funds by central ) । যাৰ বাবে বহু অভিলাষী আঁচনিবোৰ ৰূপায়ণ হোৱা নাই ৷
মামাৰ জন্মদিন পালিবলৈ গুৱাহাটী যাত্ৰা মাজুলীৰ ৪৭ জন ভাগিনৰ
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(CM Himanta Biswa Sarma) ৷ 53 বছৰত ভৰি দিলে জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত আৰ এছ এছ
চৰম দোধোৰ-মোধোৰত পৰিছে বিজেপি তথা আৰএছএছ । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এইদৰে এতিয়া দোধোৰ-মোধোৰ অৱস্থা হৈছে বিজেপি তথা আৰএছএছৰ ( Implementation of CAA in assam) ৷
Guwahati high court rejects bail: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণক আলিৰ
পুনৰ ন্যায়ালয়ত মুখ ঠেকেচা খালে নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকা (Guwahati high court rejects bail of Rounak Ali Hazarika) ৷ পঢ়ক সবিশেষ...
Encounter in Barpeta: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া
এইবাৰ বৰপেটাত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Barpeta) ৷ গুলীবিদ্ধ হ’ল কুখ্যাত ড্ৰাগছ মাফিয়া ৷