অসম

assam

ETV Bharat / state

দেওবাৰেও বৃদ্ধি পালে ইন্ধনৰ মূল্য

ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

By

Published : Feb 24, 2019, 11:53 AM IST

বৃদ্ধি পালে ইন্ধনৰ মূল্য

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে মহানগৰীত বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৯ পইচাকৈ বৃদ্ধি পায়।

বৃদ্ধি পালে ইন্ধনৰ মূল্য

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৯২ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১২ টকা।

ABOUT THE AUTHOR

...view details