অসম

assam

ETV Bharat / state

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়চুক

জালুকবাৰী-খানাপাৰা অভিমুখী পথত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই উত্তপ্ত হৈ পৰে গড়চুক ৷

By

Published : May 31, 2019, 7:31 PM IST

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়চুক

  • 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
  • জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত সংঘটিত হৈছিল পথ দুৰ্ঘটনা
  • As01 DU 3997 নম্বৰৰ চুইফট বাহন খনত এছএছবিৰ As01BC7886 নম্বৰৰ ট্ৰাকখনে খুন্দিয়াই পলায়ন কৰে
  • গড়চুক আৰক্ষী আৰু যানবাহন শাখাৰ লোকে বাহনখন জব্দ কৰাৰ লগে লগে SSB ৰ লোকে অশ্লীল গালি গালাজ কৰে
  • সম্প্ৰতি বাহন দুখন গড়চুক যান-বাহন শাখাত আৰক্ষীয়ে জব্দ কৰে
  • ৰঙিয়াৰ পৰা নগাঁৱলৈ সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল ট্ৰাকখন
    দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত গড়চুক

ABOUT THE AUTHOR

...view details