অসম

assam

ETV Bharat / state

সোমবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

প্ৰতিলিটাৰ পেট্ৰ'লত 09 পইচা আৰু প্ৰতিলিটাৰ ডিজেলত 16 পইচাকৈ বৃদ্ধি

By

Published : May 20, 2019, 11:01 AM IST

সোমবাৰৰ পেট্ৰ'ল-ডিজেলৰ মূল্য...

  • পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য
  • সোমবাৰে মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লত 09 পইচা আৰু প্ৰতিলিটাৰ ডিজেলত 16 পইচাকৈ বৃদ্ধি পায়
  • আজি মহানগৰীত প্ৰতিলিটাৰ পে'ট্ৰলৰ মূল্য 70.60 টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য 66.55 টকা
    সোমবাৰৰ পেট্ৰ'ল-ডিজেলৰ মূল্য...

ABOUT THE AUTHOR

...view details