অসম

assam

ETV Bharat / state

বৃদ্ধি পালে ইন্ধনৰ মূল্য

বিগত কিছু দিন অপৰিৱৰ্তিত ৰূপত থকাৰ পাচত আজি বৃদ্ধি পালে ইন্ধনৰ মূল্য

By

Published : Feb 14, 2019, 9:57 AM IST

ইন্ধনৰ মূল্য

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: মহানগৰীত বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতিলিটাৰ পেট্ৰ'লত ৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ পইচাকৈ বৃদ্ধি পায় ।

ইন্ধনৰ মূল্য

গুৱাহাটীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৮৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.০৯ টকা ।

ABOUT THE AUTHOR

...view details