অসম

assam

ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত  বৃদ্ধি পালে ৬ পইচা

By

Published : Feb 11, 2019, 11:30 AM IST

ইন্ধনৰ মূল্য

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী:গুৱাহাটীত সোমবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৬ পইচাকৈ ।

ইন্ধনৰ মূল্য

মহানগৰীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৭৯ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.০৫ টকা ।

ABOUT THE AUTHOR

...view details