বৃহস্পতিবাৰে কামৰূপ মেট্ৰ'ত ড্ৰাই ডে
শান্তিপূৰ্ণ ভোটগণনা নিশ্চিত কৰিবলৈ উপায়ুক্তই এই ঘোষণা কৰিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে ৷
বৃহস্পতিবাৰে কামৰূপ মেট্ৰ'ত ড্ৰাই ডে
গুৱাহাটী, 22 মে': বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত গোষণা কৰা হৈছে ড্ৰাই ডে ৷ এই দিনটোত জিলাখনৰ সকলো সুৰা বিপণী বন্ধ থাকিব ৷ শান্তিপূৰ্ণ ভোটগণনা নিশ্চিত কৰিবলৈ উপায়ুক্তই এই ঘোষণা কৰিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰা ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে ৷