অসম

assam

ETV Bharat / state

জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ

22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ ৷ শনিবাৰে এই কথা ঘোষণা কৰে অসম চেম্বাৰ্ছ অব কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ৷

Assam chambers of Commerce supports Janata Curfew
জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ

By

Published : Mar 21, 2020, 7:43 PM IST

কামৰূপ মেট্ৰ’,21 মাৰ্চঃ 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ ৷ শনিবাৰে এই কথা ঘোষণা কৰে অসম চেম্বাৰ্ছ অব কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ৷ দেওবাৰে সকলো বাছ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে সোমবাৰেও অসমত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ আহ্বান অসম চেম্বাৰ অফ কমাৰ্চৰ ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ

ABOUT THE AUTHOR

...view details