অসম

assam

By

Published : Jan 12, 2021, 10:11 PM IST

ETV Bharat / state

অতুল বৰাই নাজানে বিপ্লৱ মানে কি : পবিন্দ্ৰ ডেকা

গুৱাহাটীত 'অসম জাতীয় পৰিষদ'ৰ যোগদান সভা অনুষ্ঠিত ৷ অৰ্ধ-শতাধিক লোকে যোগদান কৰে 'অসম জাতীয় পৰিষদ'ত ৷

ajp-joining-programe-in-ghy
অতুল বৰাই নাজানে বিপ্লৱ মানে কি: পবিন্দ্ৰ ডেকা

গুৱাহাটী, 12 জানুৱাৰী :গুৱাহাটী ক্লাবৰ চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰেক্ষাগৃহত মঙলবাৰে 'অসম জাতীয় পৰিষদ'ৰ যোগদান কাৰ্যসূচী আৰম্ভ হয় ৷ আছু নেতা, কংগ্ৰেছ তথা বিভিন্ন দল-সংগঠনৰ অৰ্ধ-শতাধিক লোকে 'অসম জাতীয় পৰিষদ'ত যোগদান কৰে ৷

পবিন্দ্ৰ ডেকাৰ মন্তব্য়

যোগদান কাৰ্যসূচীৰ পৰাই 'অসম জাতীয় পৰিষদ'ৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

আনহাতে, অগপৰ সভাপতি অতুল বৰাক উদ্দেশ্যি কয় যে, অতুল বৰাই বিপ্লৱ মানে কি নাজানে, আজিলৈ অতুল বৰাই বিপ্লৱ কৰি পোৱা নাই বুলিও মন্তব্য পবিন্দ্ৰ ডেকাৰ ৷

লগতে পঢ়ক :নগাঁৱত কৃষিভূমি ব্যক্তিগত কোম্পানীত গতাই দিয়াৰ অভিযোগত কৃষক বিক্ষোভ

ABOUT THE AUTHOR

...view details