অসম

assam

ETV Bharat / state

তিতাবৰত চোৰাং কাঠভৰ্তি বাহন জব্দ

শনিবাৰে তিতাবৰত এখন চোৰাং কাঠভৰ্তি বলেৰো পিক আপ বাহন জব্দ আৰক্ষীৰ ৷ বাহনখনৰ কোনো ধৰণৰ নথি-পত্ৰ লাভ কৰা নাই বন বিভাগে ৷

illegal wood seized in titabar
তিতাবৰত চোৰাং কাঠভৰ্তি বাহন জব্দ

By

Published : Dec 19, 2020, 2:26 PM IST

তিতাবৰ,19 ডিচেম্বৰ : যোৰহাটৰ তিতাবৰত শনিবাৰে অবৈধ কাঠৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে ৷ বৰহোলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে এখন চোৰাং কাঠভৰ্তি বলেৰো পিক আপ বাহন ৷ বাহনখনৰ নম্বৰ AS-03-BC-6755 ৷

তিতাবৰত চোৰাং কাঠভৰ্তি বাহন জব্দ

জব্দকৃত চোৰাং কাঠভৰ্তি বাহনখনৰ কোনো ধৰণৰ নথি-পত্ৰ নাই বুলি তিতাবৰ খণ্ড বন বিষয়াই জানিবলৈ দিয়ে । আনহাতে, চোৰাং কাঠখিনি বৰহোলা বালিজানৰ তাজ টিম্বৰৰ পৰা অনা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details