- হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ
- হত্যাকাৰী বেদীলাল চৌহানক 15 হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাবাসৰ ৰায় শংকৰদেৱ আদালতৰ
- বিগত বৰ্ষৰ 30 এপ্ৰিলত নিজৰ ছবৰীয়া ভতিজাকক হত্যা কৰিছিল লোকজনে
- কোৰেৰে ঘপিয়াই হত্যা কৰিছিল বেদীলালে
- ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড
- 296/18 নম্বৰত হোজাই থানাত ৰুজু হৈছিল গোচৰ
- আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শায় অধিবক্তা অমৰজ্যোতি শইকীয়াই
হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
বিগত বৰ্ষৰ 30 এপ্ৰিলত নিজৰ ছবৰীয়া ভতিজাকক হত্যা কৰিছিল লোকজনে ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷
হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড