অসম

assam

ETV Bharat / state

গোলাঘাটত পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

পে'ট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰটলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, শীঘ্ৰে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

By

Published : Jun 2, 2019, 9:30 PM IST

গোলাঘাট, 2 জুন: গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাট নগৰত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ । পে'ট্ৰলিয়াম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কেন্দ্ৰীয় পে'ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰন্ধন গেছ আৰু পেট্ৰটলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে, শীঘ্ৰে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details