গোলাঘাট,2 ফেব্ৰুৱাৰী:সোমবাৰে সংসদৰ মজিয়াত উত্থাপন কৰা হয় কেন্দ্ৰীয় বাজেট ৷ এই বাজটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ৷ সমান্তৰলাকৈ আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে 2021-22 বৰ্ষৰ সাধাৰণ বাজেটে দেশৰ কৃষিখণ্ডৰ উন্নয়নত কোনোধৰণৰ অৰিহণা আগনবঢ়ায় বুলি মন্তব্য কৰিছিল ৷ তেখেতৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷ এই বাজেটৰ দ্বাৰা দেশৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷
বাজেটক লৈ লুৰিণ জ্যোতি গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে অতুল বৰাই
মঙলবাৰে গোলাঘাটৰ বাদুলিপাৰত অনুষ্ঠিত হোৱা চাহ শ্ৰমিকক ধন পুৰস্কাৰ মেলা আঁচনিৰ তৃতীয় কৃষ্টিৰ পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী ৷ এই অনুষ্ঠানতে নতুনকৈ গঠিত আঞ্চলিক দলসমূহে 2021ৰ বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে কৃষিমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক-৫০০ টন মিথানল উৎপাদনৰ বাবে সাজু অসম পেট্ৰ'কেমিকেলছ