অসম

assam

ETV Bharat / state

গোলাঘাটত দ খাৱৈৰ পৰা উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি !

গোলাঘাটৰ মুৰফুলনী অঞ্চলৰ পুৰণিমাটিত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি ৷ প্ৰায় 2 ঘণ্টা সময় ধৰি দ খাৱৈত আৱদ্ধ হৈ থকা হাতীটো উদ্ধাৰ কৰে স্থানীয় ৰাইজ আৰু বন বিভাগে ৷

elephant in drawn at golaghat
গোলাঘাটত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি !

By

Published : Dec 3, 2019, 2:14 PM IST

গোলাঘাট, 3 নৱেম্বৰঃ গোলাঘাটৰ মুৰফুলনী অঞ্চলৰ পুৰণিমাটিত এটা দ খাৱৈত উদ্ধাৰ এটা বন্যহস্তী ৷ পুৱাৰে পৰা অঞ্চলটোত বিচৰণ কৰি আছিল বৃহৎ বন্যহস্তীৰ এটা জাকে। বিচৰণ কৰি থকা অৱস্থাত হঠাৎ এটা হাতী সোমাই পৰে দ খাৱৈত ৷ বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজ আৰু বন বিভাগে প্ৰায় 2 ঘণ্টা সময় ধৰি আবদ্ধ হৈ থকা হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লক্ষণীয়ভাৱে গোলাঘাটত এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত এতিয়া এনেদৰে দৈনিক হাতী প্ৰৱেশ কৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত।

গোলাঘাটত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালি !

ABOUT THE AUTHOR

...view details