অসম

assam

ETV Bharat / state

এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম !

আলফা নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বাহৰ পাতিছে NSCNয়ে ৷দুদিন পূৰ্বে ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা গ্ৰেপ্তাৰ হৈছিল বলেৰ' গাড়ীত মাৰণাস্ত্ৰ,সেনাৰ পোচাক সহ তিনিজন ডিমাপুৰৰ লোক ৷

এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম ?

By

Published : Jun 29, 2019, 7:52 PM IST

Updated : Jun 29, 2019, 8:11 PM IST

  • মুখ্যমন্ত্ৰীৰ গৃহ জিলাত NSCNয়ে পাতিছে বাহৰ
    এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম ?
  • ডিব্ৰুগড়ত 15 লাখ টকা সহ NSCN ৰ কেডাৰ গ্ৰেপ্তাৰ
  • উজনিত বৃদ্ধি পাইছে NSCNৰ গতিবিধি
  • ডিব্ৰুগড়ত থাকিয়েই NSCN ৰ ধন সংগ্ৰহ
  • দুদিন পূৰ্বে ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা গ্ৰেপ্তাৰ হৈছিল বলেৰ' গাড়ীত মাৰণাস্ত্ৰ,সেনাৰ পোচাক সহ তিনিজন ডিমাপুৰৰ লোক
  • এই ঘটনাৰ পাচতে ডিব্ৰুগড় আৰক্ষীৰ জালত পুনৰ আন এজন NSCNৰ সদস্য
  • ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে খ্ৰেমপাই ৱাঙচু নামৰ এজন NSCNৰ সদস্য
  • লগতে গ্ৰেপ্তাৰ চালক মহম্মদ খাদিমউদ্দন নামৰ লোকক
  • সদস্য জনৰ পৰা জব্দ কৰে 15লাখ নগদ ধনৰ লগতে AS04 1803নম্বৰৰ ৱগেনাৰ বাহন
  • ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ পৰা বাহনখৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে
  • আন চাৰিজন লোককো জেৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে
Last Updated : Jun 29, 2019, 8:11 PM IST

ABOUT THE AUTHOR

...view details