অসম

assam

ETV Bharat / state

মনোহাৰী বাগিচাৰ বিশ্ব অভিলেখ : প্ৰতি কিলো চাহৰ দাম 50 হাজাৰ টকা

মঙলবাৰে নিলাম বজাৰত প্ৰতি কিলো চাহৰ দৰ উঠিল 50 হাজাৰ টকা ৷ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ ৷

By

Published : Jul 30, 2019, 11:07 AM IST

Updated : Jul 30, 2019, 1:05 PM IST

নিলাম বজাৰ : প্ৰতি কিলো চাহৰ দাম 50 হাজাৰ টকা

  • ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিছাই গঢ়িলে বিশ্ব অভিলেখ
  • নিলাম বজাৰত প্ৰতি কিলো চাহ পাতৰ দৰ উঠিল ৫০ হাজাৰ টকা
  • মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ চাহ ট্ৰেডাৰ্ছে লগালে এই দৰ
  • ইয়াৰ পূৰ্বে বিগত বছৰত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯০০১ টকা
  • ইয়াৰ পূৰ্বে চল্লিশ হাজাৰ টকাত নিলাম হৈছিল দঞি প'ল বাগিছাৰ চাহপাত
Last Updated : Jul 30, 2019, 1:05 PM IST

ABOUT THE AUTHOR

...view details