অসম

assam

ETV Bharat / state

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি

ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি

By

Published : Aug 23, 2019, 1:44 PM IST

Updated : Aug 23, 2019, 3:08 PM IST

ধুবুৰী 23 আগষ্টঃ ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাৱী স্থানীয়ৰ ৷ দুস্কৃতিকাৰীয়ে কালী মন্দিৰৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহৰ বিভিন্ন অংশ ভাঙি পেলায় ৷ পুৱা ৰাইজে বিগ্ৰহৰ ক্ষত বিক্ষত অৱস্থা প্ৰত্যক্ষ কৰি গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি
Last Updated : Aug 23, 2019, 3:08 PM IST

ABOUT THE AUTHOR

...view details