ধেমাজি,16 মে': ধেমাজি জিলাৰ বৃহত্তৰ চিমেন চাপৰিৰ চানজাৰি নগৰৰ বৈশাগু বিদায় সন্মিলনখনি বুধবাৰে সামৰণি পৰে। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিমেন চাপৰিৰ ছতীশ বড়ো হাইস্কুল প্ৰাংগণত 12মে’ৰ পৰা 15 মে’ লৈ অনুষ্ঠিত হোৱা সন্মিলনখন অন্তিম দিনা জনগোষ্ঠীটোৰ পৰম্পৰাগত পোচাক পৰিধান কৰি জেং বিহু, মুকলি বিহু দলীয় নৃত্য,একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ধেমাজিৰ চিমেন চাপৰিত বৈশাগু বিদায়
ছতীশ বড়ো হাইস্কুলৰ প্ৰাংগণত 12 মে’ৰ পৰা 15 মে’ লৈ অনুষ্ঠিত হোৱা সন্মিলনখন অন্তিম দিনা জনগোষ্ঠীটোৰ পৰম্পৰাগত পোচাক পৰিধান কৰি জেং বিহু, মুকলি বিহু দলীয় নৃত্য, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
ধেমাজিৰ চিমেন চাপৰিত বৈশাগু বিদায়
লগতে পঢ়ক: নিৰ্দোষীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণে কাৰ কি লাভ কৰিছেঃ বিস্ফোৰণত আহত
অনুষ্ঠানত জনগোষ্ঠীটোৰ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা কৃষক,খেলুৱৈকে ধৰি অঞ্চলটোৰ 100 গৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়।