অসম

assam

ETV Bharat / state

দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজন ব্যক্তি ৷

By

Published : May 26, 2019, 8:44 PM IST

দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত এজন

দৰং,26 মে' :

  • দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বুৰিগাঁৱত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা
  • আল্ট্ৰা বাছ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ
  • ফলত থিতাতে এজন নিহত আৰু এজন গুৰুতৰভাৱে আহত
    দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা
  • পথ দুৰ্ঘটনাটোত দু্ৰ্ঘটনাগ্ৰস্ত হোৱা দুজন ব্যৱসায়ীৰ এজন থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰ ভাৱে আহত হয়
  • জানিব পৰা মতে,নিহত ব্যক্তিজনৰ নাম বিজয় সাহা আৰু গুৰুতৰভাৱে আহতজনৰ নাম উত্তম সাহা
  • দুয়োজন ব্যক্তিৰ ঘৰ দৰঙৰ খাৰুপেটীয়াত

ABOUT THE AUTHOR

...view details