জোনাইত অন কেমেৰা বনদস্যুলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা
জোনাইত কাঠৰ চোৰাং ব্যৱসায়ীলৈ লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা (Firing at Jonai) ৷ চিয়াঙৰ বুকুৱেদি চোৰাংকৈ কাঠ নি থকা সময়ত সংঘটিত এই ঘটনা ৷ চোৰাং চিকাৰীৰ নাৱলৈ লক্ষ্য কৰি প্ৰায় ৬ জাই গুলীচালনা কৰে বন বিভাগৰ লোকে (Firing by forest guard at Jonai) ৷
জ্যোতি চিত্ৰবনত Audio visual hub মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা Audio visual hub টো মুকলি কৰে (Audio visual hub inauguration in Jyoti chitraban )।
ত্ৰিপুৰাৰ মন্ত্ৰীসকলে যুৱচামক হিংসাত্মক কাৰ্যৰ বাবে হেঁচা দিয়াৰ অভিযোগ মাণিক সৰকাৰৰ
নিবনুৱা যুৱকসকলক হিংসাত লিপ্ত হ'বলৈ হেঁচা দিয়াৰ বাবে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰীসকলৰ এটা অংশক তীব্ৰ সমালোচনা কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে (former Chief Minister of Tripura Manik Sarkar) । লগতে ঘৰবোৰত হোৱা আক্ৰমণক 'ৰাজনৈতিক ডকাইতি' বুলি অভিহিত কৰে (Manik Sarkar termed attacks on houses Political Dacoity)।
অভিভাৱকসকলৰ বাবে গুগলৰ সকিয়নি, নিজ সন্তানৰ ফটো তোলোতে সাৱধান হওক
এতিয়াৰ পৰা যিসকল অভিভাৱকৰ ফোন অথবা গুগল একাউণ্ট তথা গেলাৰীত নিজ শিশুৰ নগ্ন অথবা আপত্তিজনক ফটো থাকে সেইসমূহ একাউণ্ট অথবা ফোনত গুগলে কঠোৰ নজৰ ৰখাৰ লগতে একাউণ্টসমূহ বন্ধ কৰি দিয়া হ’ব (potential abuse over nude photos of kids )৷
অৰুণাচল প্ৰদেশৰ নামচাইত প্ৰদৰ্শিত অখ্যাত নায়কৰ কাহিনী
অৰুণাচল প্ৰদেশৰ নামচাইত 'কেডেন্স' (Kadanse in Arunachal Pradesh Namsai) নামৰ এক অনুষ্ঠানত, 'চৌফা-প্লেং-লু : দ্য শদিয়া গোঁহাই', 1839 চনৰ টাই খামতি বিদ্ৰোহৰ কাহিনী আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাবে প্ৰদৰ্শন আৰু ৰিকেন নগলৰ দ্বাৰা পৰিচালিত অৰুণাচলৰ অখ্যাত নায়কসকলক স্বীকৃতি প্ৰদান কৰা হয় ।