অসম

assam

ETV Bharat / state

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ

জিলাখনৰ বেংতলৰ পৰা শান্তিপুৰ হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ একমাত্ৰ পথটোৰে এই জৰাজীৰ্ণ অৱস্থা ৷ কিন্ত দৃষ্টিগোচৰ নহয় কোনো চৰকাৰৰ।

By

Published : Apr 30, 2019, 3:05 PM IST

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ


চিৰাং , 30 এপ্ৰিল : চিৰাঙৰ এটা পকী পথৰ দুৰৱস্থা । এজাক বৰষুণতে পুখুৰীৰ ৰূপ লয় পথটোৱে ৷ জিলাখনৰ বেংতলৰ পৰা শান্তিপুৰ হৈ ভূটানৰ গেলেফু লৈ যোৱাৰ একমাত্ৰ পথটোৰে এই জৰাজীৰ্ণ অৱস্থা ৷ কিন্ত দৃষ্টিগোচৰ নহয় কোনো চৰকাৰৰ। মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিতে বাট পথৰ এই দুৰৱস্থা ৷

মন্ত্ৰী চন্দন ব্ৰহ্মৰ সমষ্টিৰ পথৰ জৰাজীৰ্ণ পকী পথ

লগতে পঢ়ক : গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

বাৰিষাৰ আৰম্ভণিতে এজাক বৰষুনতেই পুখুৰী সদৃশ হৈ পৰা এই পথটোৰে অহা যোৱা কৰোতে জীয়াতু ভোগিছে জনসাধাৰণে । কিন্তু বছৰ বছৰ ধৰি এই অৱস্থাৰে থকাৰ পাচতো পথটোলৈ দৃষ্টি নপৰে জনপ্ৰতিনিধিৰ ৷

ABOUT THE AUTHOR

...view details