- আই আই টি গুৱাহাটীত উৎসৱমুখৰ পৰিৱেশ
- আই আই টি গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী
- আৰম্ভ হ'ল ডিজাইন মহোৎসৱ, ঈষাণ্য-2019
- Department of Designৰ ২০ বছৰ উপলক্ষে অনুষ্ঠিত হৈছে প্ৰদৰ্শনীখন
- দেশৰ আগশাৰীৰ Design শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলে অংশ লৈছে প্ৰদৰ্শনীত
- নতুন নতুন Designৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে সকলোকে
- বৃহত্তম নদী দ্বীপ মাজুলীয়েও স্থান পাইছে প্ৰদৰ্শনীত
- মাজুলীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা আই আই টিয়ানৰ
- ৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰদৰ্শনী
- ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও আমন্ত্ৰিত হৈছে এই প্ৰদৰ্শনীলৈ
- নতুন নতুন উদ্ভাৱনেৰে নৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ পৰিকল্পনা আই আই টি গুৱাহাটীৰ Department of Designৰ
- প্ৰায় ৮০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ ল'ব প্ৰদৰ্শনীখনত
আৰম্ভ হ'ল ডিজাইন মহোৎসৱ, ঈষাণ্য-2019
দেশৰ আগশাৰীৰ Design শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী আৰু বিশেষজ্ঞ সকলে অংশ লৈছে আই আই টি গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী
আই আই টি গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Design প্ৰদৰ্শনী