অসম

assam

ETV Bharat / state

শিলচৰত জ্বলি উঠিল ৰে'লগাড়ী

শিলচৰ ৰে'ল ষ্টেচনত পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ প্লেটফৰ্মত ৰৈ থকা অৱস্থাত জুই লাগে তিৰুৱন্তপুৰম এক্সপ্ৰেছত ৷

By

Published : Jun 9, 2019, 10:31 AM IST

Updated : Jun 9, 2019, 11:47 AM IST

শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড

  • শিলচৰ ৰে'ল ষ্টেচনত পুৱা ভয়ংকৰ অগ্নিকাণ্ড
  • প্লেটফৰ্মত ৰৈ থকা অৱস্থাত জুই লাগে তিৰুৱন্তপুৰম এক্সপ্ৰেছত
  • প্ৰথমে এটা ডবাত জুই লাগে এই জুই আন তিনিটা ডবালৈকে বিয়পি পৰে
  • ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে এচ ডি আৰ এফ বাহিনীৰ সহযোগত এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়
  • ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে
  • জুইৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ৰে'লখনৰ পেন্টিকাৰ
  • এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিসংযোগৰ কাৰণ
    শিলচৰত জ্বলি উঠিল ৰে'লগাড়ী

Last Updated : Jun 9, 2019, 11:47 AM IST

ABOUT THE AUTHOR

...view details