অসম

assam

কাছাৰত ভাৰতৰ বীৰসেনানী নেতাজীক স্মৰণ

By

Published : Jan 23, 2021, 11:00 PM IST

কাছাৰ জিলাৰ বিভিন্ন ঠাইত ভাৰতৰ বীৰসেনানী নেতাজী জন্মজয়ন্তী যথাযোগ্য মর্যাদাৰে পালন কৰা হৈছে। কাছাৰ জিলাৰ বিভিন্ন প্রান্তত নেতাজীৰ মূর্তি উন্মোচন অনুষ্ঠান আয়োজন কৰা হৈছে ।

কাছাৰত ভাৰতৰ বীৰসেনানী নেতাজীক স্মৰণ
কাছাৰত ভাৰতৰ বীৰসেনানী নেতাজীক স্মৰণ

কাছাৰ, 23 জানুৱাৰী :আজি সমগ্ৰ দেশতেই পালন কৰা হৈছে নেতাজীৰ জন্মজয়ন্তী ৷ সমান্তৰালভাৱে কাছাৰ জিলাৰ বিভিন্ন ঠাইত ভাৰতৰ বীৰসেনানী নেতাজীৰ জন্মজয়ন্তী যথাযোগ্য মর্যাদাৰে পালন কৰা হয় ।

কাছাৰত ভাৰতৰ বীৰসেনানী নেতাজীক স্মৰণ

শিলচৰ চহৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে নেতাজীৰ জন্মজয়ন্তী ৷ বিভিন্ন ক্লাৱ আৰু সামাজিক সংগঠনৰ কর্মকর্তা সকলে আয়োজন কৰিছে এই অনুস্থান । নেতাজীৰ জন্মজয়ন্তী অনুষ্ঠানত পথ পৰিক্ৰমা আলোচনা সভা, খেলা-ধেমালিৰো আয়োজন কৰা হয় ৷ কাছাৰ জিলাৰ বিভিন্ন প্রান্তত নেতাজীৰ মূর্তি উন্মোচন অনুষ্ঠানৰো আয়োজন কৰা হয় ।

লগতে পঢ়ক:বিটিআৰত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details