অসম

assam

By

Published : Feb 5, 2021, 4:21 PM IST

Updated : Feb 5, 2021, 7:46 PM IST

ETV Bharat / state

বিশ্বনাথৰ বন বিভাগৰ অভিযানত আটক গঁড়ৰ খড়্গ সৰবৰাহকাৰী

অৰুণাচল প্ৰদেশৰ নাহৰলগুণত গঁড়ৰ খড়্গ সৰবৰাহকাৰী আটক । বিশ্বনাথৰ বন বিভাগ আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই আটক কৰে সৰবৰাহকাৰীটোক ।

অৰুণাচল প্ৰদেশৰ নাহৰলগুণত গঁড়ৰ খড়্গ সৰবৰাহকাৰী আটক
অৰুণাচল প্ৰদেশৰ নাহৰলগুণত গঁড়ৰ খড়্গ সৰবৰাহকাৰী আটক

বিশ্বনাথ, ৫ ফেব্ৰুৱাৰী: বিশ্বনাথৰ বন বিভাগৰ বৃহৎ সফলতা । অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ পৰা গঁড়ৰ খড়্গ সৰবৰাহৰ সৈতে জড়িত এজন লোকক আটক কৰে বন বিভাগৰ অভিযানকাৰী দলে । অৰুণাচল আৰক্ষীৰ সহযোগত বিশ্বনাথৰ বন বিভাগে নাহৰলগুণত অভিযান চলাইছিল ।

অৰুণাচল প্ৰদেশৰ নাহৰলগুণত গঁড়ৰ খড়্গ সৰবৰাহকাৰী আটক

বৃহস্পতিবাৰে পুৱা নাহৰলগুণৰ পৰা জবি গাদি নামৰ এটা সৰবৰাহকাৰী আটক কৰে অভিযানকাৰী দলটোৱে । ধৃত সৰবৰাহকাৰীটো গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ৰ সৈতে পূৰ্বৰে পৰা জড়িত বুলি জানিবলৈ দিছে বন বিভাগে । এই সন্দৰ্ভত বন বিভাগৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:এইবাৰ ৭৪ নহয়,এ আই ইউ ডি এফৰ লক্ষ্য ৪০ খন আসন

Last Updated : Feb 5, 2021, 7:46 PM IST

ABOUT THE AUTHOR

...view details