জনীয়া,29 জুলাইঃ ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ৷ বানপানীৰ পৰা ৰক্ষা পাবলৈ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈছে শিবিৰত ৷ তাৰ সমান্তৰালভাৱে শিবিৰত দেখা দিছে খাদ্য সংকটে ৷ এনে পৰিস্থিতিত জনীয়াৰ ভেড়াগাঁৱত থকা বানাক্ৰান্ত ৰাইজৰ কাষত আজি থিয় দিয়ে সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিয়ে ৷
জনীয়াৰ বানাক্ৰান্ত ৰাইজক AIUDFৰ সাহাৰ্য বিতৰণ - সংযুক্ত গণতান্ত্ৰিক মৰ্চা
জনীয়াৰ ভেড়াগাঁৱত থকা বানাক্ৰান্ত ৰাইজৰ কাষত আজি থিয় দিয়ে সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিয়ে ৷ এ আই ইউ ডি এফৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক মুফতি ছামছুদ্দিনৰ নেতৃত্বত বৰপেটা জিলা এ আই ইউ ডি এফৰ মুখ্য প্ৰশাসনিক সম্পাদক খন্দকাৰ আশ্ৰফুল মামুন,এ ইউ ডি এফৰ নেতা তথা বিশিষ্ট সমাজ কৰ্মী আব্দুল আৱালকে ধৰি দলৰ বিভিন্নজন নেতা কৰ্মী উপস্থিত থাকি চাৰি শতাধিক বৰ্নাত্যক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷
জনীয়াৰ বানাক্ৰান্ত ৰাইজক AIUDFৰ সাহাৰ্য বিতৰণ
এ আই ইউ ডি এফৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক মুফতি ছামছুদ্দিনৰ নেতৃত্বত বৰপেটা জিলা এ আই ইউ ডি এফৰ মুখ্য প্ৰশাসনিক সম্পাদক খন্দকাৰ আশ্ৰফুল মামুন,এ ইউ ডি এফৰ নেতা তথা বিশিষ্ট সমাজ কৰ্মী আব্দুল আৱালকে ধৰি দলৰ বিভিন্নজন নেতা কৰ্মী উপস্থিত থাকি চাৰি শতাধিক বৰ্নাত্যক বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ ইফালে ঈদৰ প্ৰাক মূৰ্হুতত বান সাহাৰ্য লাভ কৰি বানাক্ৰান্ত ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ এই মানৱ দৰদী পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ৷