অসম

assam

ETV Bharat / state

বৰপেটা মেডিকেল কলেজ পথৰ দুৰৱস্থা

দৈনিক হাজাৰোধিক গাড়ী মটৰৰ অহা-যোৱা চলা এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ জহি-খহি জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাড়ী প্ৰতিদিনে বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে ৷

BARPETA MEDICAL COLLEGE ROAD

By

Published : Apr 27, 2019, 11:55 AM IST

বৰপেটা, 27 এপ্ৰিল: বৰপেটা মেডিকেল কলেজলৈ যোৱা মূল পথৰ দুৰাৱস্থাৰ বাবে জীয়াতু ভুগিছে সাধাৰণ পথাচাৰীৰ লগতে ৰোগীসকলেও ৷ দৈনিক হাজাৰোধিক গাড়ী মটৰৰ অহা-যোৱা চলা এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ জহি-খহি জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাড়ী প্ৰতিদিনে বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে ৷

বৰপেটা মেডিকেল কলেজ পথৰ দুৰৱস্থা

ইপিনে পথছোৱা মেৰামতিৰ ক্ষেত্ৰত জন প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ই-ৰিক্সাৰ লগতে যান-বাহনৰ চালকসকলেও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সন্মুখীন হৈ অহা অসুবিধাৰ বাবে ক্ষোভিত হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details