- পাঠশালাত গাঁৱলীয়া কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
- গাৱঁৰ মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে
- 10 হাজাৰৰ পৰা 50 হাজাৰলৈকে ঋণ দিয়াৰ প্ৰলোভন দিছিল এই প্ৰতিষ্ঠানটোৱে
- বৰ্তমানলৈ ঋণ লাভ নকৰা একাংশ মহিলাই শুকুৰবাৰে আৰক্ষীৰ ওচৰত দাখিল কৰে এজাহাৰ
- ইতিমধ্যে আৰক্ষীয়ে প্ৰতিষ্ঠানত তলা ওলমোৱাৰ লগতে জব্দ কৰে সকলো নথি পত্ৰ আৰু ফাৰ্ণিচাৰ
- সম্প্ৰতি কাৰ্যালয়ৰ পাচ গৰাকী কৰ্মচাৰীক আটক কৰা হৈছে
- অৱশ্যে পলাতক অৱস্থাত আছে শাখা পৰিচালক
গাঁৱৰ মহিলাক ঋণ দিয়াৰ অচিলাৰে কোটি টকা সংগ্ৰহ কমাৰ্চিয়েল প্ৰাঃলিমিটেডৰ
তিনিমাহ পূৰ্বে পাঠশালাৰ লগতে নিত্যানন্দ,টিহুকে ধৰি বহু স্থানত স্থাপন কৰা হৈছিল প্ৰতিষ্ঠানটোৰ কাৰ্যালয় ৷ প্ৰতিগৰাকী মহিলাৰ পৰা পাঠশালা শাখাৰ 17 গৰাকী ক্ষেত্ৰ কৰ্মীয়ে সংগ্ৰহ কৰিছিল ঋণৰ বাবদ 2500 কৈ টকা
কমাৰ্চিয়েল প্ৰাঃলিমিটেড
Last Updated : Aug 3, 2019, 11:46 AM IST