অসম

assam

By

Published : Jan 30, 2020, 4:21 AM IST

ETV Bharat / state

সৰুপেটা-গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু

সৰুপেটা আৰু গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত বুধবাৰে, ৰে'লৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া লোকৰ মৃত্যু হয় ৷ নিহত লোকগৰাকীৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷

ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু
ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু

সৰুপেটা, 29 জানুৱাৰীঃবুধবাৰে সৰুপেটা আৰু গুৱাগাছা ৰে'ল ষ্টেচনৰ মাজত, ৰে'লৰ খুন্দাত এগৰাকী ৫৭ বছৰীয়া লোকৰ মৃত্যু হয় ৷ ৰে'লৰ খুন্দাত মৃত্যু হোৱা লোকগৰাকীৰ নাম চতুৰ দাস বুলি জানিব পৰা গৈছে ৷ লোকজন ৰে'ল পথেৰে খোজকাঢ়ি গৈ থকাৰ সময়ত নামনিমুৱা মালবাহী ৰে'লৰ খুন্দাত মৃত্যু হোৱা বুলি ধাৰণা কৰিছে স্থানীয় লোকে ৷ বৰপেটাৰোড ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

ABOUT THE AUTHOR

...view details