অসম

assam

ETV Bharat / state

বৰপেটাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা

বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত এজন ৷

By

Published : Jun 13, 2019, 7:39 AM IST

etv bharat

  • সৰভোগৰ বেকী নৈৰ দলঙত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
  • অচিনাক্ত বাহনৰ খুন্দাত চানিদুল ইছলাম নামৰ এজন যুৱকৰ থিতাতে নিহত ৷
  • লগতে গুৰুতৰভাৱে আহত চেলিম মালিক নামৰ আন এজন যুৱক ৷
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত বাহনখনৰ ৷
  • আহত যুৱকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ ৷
  • দুয়োজন যুৱকৰ ঘৰ বৰপেটাৰ হাউলীত বুলি জানিব পৰা গৈছে ৷
    বৰপেটাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details