বৰপেটা,২১ এপ্ৰিল:বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বুধবাৰে ক’ভিডত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু ঘটে ৷ মৃত মহিলা গৰাকী বৰপেটাৰোড থানাৰ অন্তৰ্গত কলহভাঙা গাঁৱৰ সাহা উপাধিৰ বুলি জানিব পৰা গৈছে ৷ দেওবাৰৰ পৰা হাস্পতালখনৰ ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ৷
বৰপেটাত ক’ভিডত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু
বৰপেটা জিলাত ক’ভিডত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু ৷ মৃত 91 বছৰীয়া মহিলাগৰাকীৰ ঘৰ বৰপেটা ৰোডৰ কলহভাঙাত ৷
বৰপেটাত ক’ভিডত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু