বৰলুইতৰ বুকুত ত্ৰিৰংগ পতাকা উৰুৱালে NDRF এ
৭৬ তম স্বাধীনতা দিৱস উপলক্ষে সকলোতে দেখা গৈছে উৎসাহ উদ্দীপনা (76th Independence day of India)। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFয়ে হাতত লৈছে বিশেষ পদক্ষেপ । তেজপুৰত NDRFৰ ১২ নং বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰিছে (NDRF displays national flag on Brahmaputra)।
লালকিল্লাত নৱমবাৰলৈ ত্ৰিৰংগ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোডীৰ
দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস(76 independence day of india) উপলক্ষে সোমবাৰে পুৱা লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi Flag Hoisting In Red Fort) ৷
অসম আৰক্ষীৰ ৩৮ গৰাকী বিষয়া জোৱানলৈ মুখ্যমন্ত্ৰীৰ পদক
স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত ঘোষণা কৰা হয় অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ পদকসমূহ (CM police medals announced) । সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মৰনোত্তৰভাৱে এছ আই সমুজ্জল কাকতি আৰু ইউ বি চি ৰাজীৱ বৰদলৈলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা মেডেল । উৎকৃষ্ট সেৱা আৰু সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ পদক ।
নুনমাটিৰ ১২৮ নং CISF বাহিনীৰ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা শোভাযাত্ৰা
অমৃত মহোৎসৱৰ অংশ হিচাপে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Triranga) কাৰ্যসূচীৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে অনুষ্ঠান প্ৰতিষ্ঠান সমূহে । বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সমান্তৰালকৈ মহানগৰীৰ নুনমাটিস্থিত ১২৮ নং কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ দ্বাৰাও দেওবাৰে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সজাগতা শোভাযাত্ৰা উলিওৱা হয় ।
স্বাধীনতাৰ 75 বছৰীয়া মূল্যায়নৰ সময় আহিছে
স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী সম্পৰ্কে জ্যেষ্ঠ বামপন্থী নেতা তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মনে কয়, ‘‘আমাৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমি কিমান অগবাঢ়িলো কিমান পিছুৱালো এইখিনিহে মূলায়ন কৰাৰ সময় আহিছে’’ ।